চিকিত্সকক আক্ৰমণত জড়িত দুজনক আটক

0 178
  • ডিগবৈত চিকিত্‍সক দম্পতীক আক্ৰমণ কৰাৰ ঘটনাত জড়িতৰ অভিযোগত দুজনক আটক কৰে আৰক্ষীয়ে।
  • বিপুল বুঢ়াগোহাঁই আৰু জিণ্টু মাউট নামৰ দুজন যুৱকক আটক ডিগবৈ আৰক্ষীৰ।
  • শনিবাৰে বন্ধ সমৰ্থকৰ আক্ৰমণত আহত হৈছিল চিকিত্‍সক দম্পতী ডাঃ বিশ্বদীপ বৰঠাকুৰ আৰু ডাঃ দিব্যা সিং।
  • গুৰুতৰভাৱে আহত হৈছিল দিব্যা সিং।
  • কৰ্তব্যত যোগ দিবলৈ গৈ বলি হৈছিল আক্ৰমণৰ।
Comments
Loading...