ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা মহিলাৰ

0 172
  • শৰাইঘাট দলঙৰ পৰা জঁপিয়াই আত্মাহত্যা মহিলাৰ।
  • জানিব পৰা নাই মৃত মহিলাগৰাকীৰ পৰিচয়।
  • নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।
  • ইপিনে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত পুৰুষৰ আন এটা মৃতদেহ।
  • এছ ডি আ এফৰ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
Comments
Loading...