ইম্ফলত চি এ বিৰ বিৰোধিতা মহিলাৰ

0 129
  • ইম্ফলত চি এ বিৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ মহিলাৰ।
  • প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰয়োগ কৰে কন্দুৱা গেছ।
  • আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপত আহত এগৰাকী মহিলা।
  • ইম্ফলৰ ৱমেন মাৰ্কেটত মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।
  • শনিবাৰে নিশাৰে পৰা অব্যাহত আছিল প্ৰতিবাদ।
  • বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ মহিলাৰ।
Comments
Loading...