ব্ৰহ্মপুত্ৰত কাৰ বাইক উদ্ধাৰ হ’ল?

0 154
  • ৫ ছেপ্টেম্বৰৰ ভটভটি দুৰ্ঘটনাত নিখোজ বাইক আৰোহীৰ বাইক উদ্ধাৰ।
  • অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ জাইকাৰ নিৰ্মীয়মান দলঙৰ সমীপতে উদ্ধাৰ বাইক।
  • পানীৰ জুৱলীত বোকাত পোত গৈ থকা বাইক প্ৰত্যক্ষ কৰিলে ৰাইজে।
  • দুৰ্ঘটনাগ্ৰস্ত ভটভটীত আছিল ৬ খন বাইকসহ ৩০ জনৰো অধিক যাত্ৰী।
  • উদ্ধাৰ নহ’ল এখন বাইক আৰু বাইকসহ কমল দাস।
Comments
Loading...