বিজেপি অসমৰ ১ নম্বৰ জাতীয় দল

0 130

‘বিজেপিহে অসমৰ এক নম্বৰ জাতীয় দল। আছুৱে সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ চাৰ্টিফিকেট। স্মাৰক দিয়া নাছিল। গতিকে ঘূৰাই লোৱা নোলোৱাৰ কোনো প্ৰশ্নই নাহে।

অসমৰ ৰাইজৰ তেওঁ জাতীয় নায়ক, জাতীয় নায়কৰ ক্ষেত্ৰত আছুৰ দাবী ওজৰ আপত্তি অৰ্থহীন।’– এই মন্তব্য বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

Comments
Loading...