বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা

0 136
  • ডিমৌত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা।
  • চাহ–বাগিচাৰ মাজত ২ সন্তানৰ মাতৃক ধৰ্ষণৰ অভিযোগ দিলীপ মাঝি নামৰ এজন ২৬ বছৰীয়া যুৱকৰ বিৰুদ্ধে।
  • ডিমৌৰ লাওজানৰ ২৬ বছৰীয়া যুৱকজনৰ জঘন্যকাণ্ড।
  • পলাতক দিলীপ মাঝিক বিচাৰি অভিযান আৰক্ষীৰ।
  • আহত বিধৱা মহিলাগৰাকী হাস্পতালত চিকিত্সাধীন।
Comments
Loading...