দিল্লীত অগপৰ ৭ জনীয়া দল

0 161
  • নতুন দিল্লীত অগপৰ ৭জনীয়া দল।
  • অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত গৈছে দলটো।
  • আছুৰ এটা প্ৰতিনিধি দলৰো নতুন দিল্লীত বাহৰ।
  • বিধেয়কৰ বিৰোধিতাৰে সাক্ষাত্‍ কৰিব বিৰোধী দলক।
  • দিল্লীত অখিল গগৈ, পলাশ চাংমাইসহ ৭০ সংগঠনৰ প্ৰতিনিধি।
  • আজি সাক্ষাত্‍ কৰিব তৃণমূল কংগ্ৰেছৰ নেতৃত্বক।
  • বিজু জনতা দলৰ প্ৰতিনিধিকো সাক্ষাত্‍ কৰিব।
  • এ আই এ ডি এম কে, টি আৰ এছ দলকো সাক্ষাতৰ সম্ভাৱনা।
  • পূৰ্বেও ৭০ সংগঠনে সাক্ষাত্‍ কৰিছিল কেইবাটাও দলক।
Comments
Loading...