আছাৰ অসম বন্ধৰ সৱিশেষ খবৰ

0 117
  • জনজাতিকৰণৰ দাবীত আজি আছাৰ ১২ ঘন্টীয়া অসম বন্ধ।
  • ৰাজ্যৰ ঠায়ে ঠায়ে পৰিছে বন্ধৰ প্ৰভাৱ।
  • তিনিচুকীয়াত ব্যাপক ৰূপত পৰিলক্ষিত হৈছে বন্ধৰ প্ৰভাৱ।
  • ডিগবৈত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, ব্যাহত যান-বাহনৰ চলাচল।
  • টিংৰাইৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ আছাৰ।
  • কোকৰাঝাৰৰ একাংশ অঞ্চলতো বন্ধৰ ব্যাপক প্ৰভাৱ।
  • ইপিনে উত্তৰ অসমত আছাৰ অসম বন্ধৰ প্ৰভাৱ পৰা নাই।
Comments
Loading...