অসমত ৰহিঙ্গীয়া !

0 105
  • কাছাৰত আৰক্ষীৰ জালত ৮ ৰহিংগ্যা।
  • জিলাখনৰ কৃষ্ণপুৰ, সোণাবৰীঘাটৰ পৰা ৮ ৰহিংগ্যাক গ্ৰেপ্তাৰ।
  • ধৃত ৮ ৰহিংগ্যাৰ মাজত আছে ছগৰাকী মহিলাও।
  • ধৃত জাহিৰ খান আৰু আমীৰ খানসহ আন ৬ মহিলাক গ্ৰেপ্তাৰ আৰক্ষীৰ।
  • সম্প্ৰতি ৰঙিৰখাৰী আৰক্ষী চকীত ৰখা হৈছে ৰহিংগ্যাকেইটাক।
Comments
Loading...