মঙ্গলবাৰৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা

0 121
  • কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা।
  • ১৪ মাৰ্চত অন্ত পৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষা।
  • ৰাজ্যৰ ৭৮০টা পৰীক্ষা কেন্দ্ৰত হ’‍ব পৰীক্ষা।
  • পৰীক্ষাত অৱতীৰ্ণ হ’ব ২,৪২,৮৪৩গৰাকী।
  • কলা শাখাত অৱতীৰ্ণ হ’ব ১,৮৬,১৮৭গৰাকী।
  • ৩৭,৪৫৫গৰাকী অৱতীৰ্ণ হ’ব বিজ্ঞান শাখাত।
  • বাণিজ্য শাখাত অৱতীৰ্ণ হ’ব ১৮,২৯১গৰাকী। 
  • বৃত্তিগত শাখাত ৯১০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
Comments
Loading...