জঘন্যঃ পত্নীক জীৱন্তে জ্বলাই দিলে স্বামীয়ে

0 105
  • শিৱসাগৰৰ নামতিৰ দিকচু খনিকৰ গাঁৱত জঘন্য কাণ্ড।
  • ৬০ বছৰীয়া বৃদ্ধা পত্নীক জ্বলাই দিলে স্বামীয়ে।
  • শৰীৰৰ ৮০% অগ্নিদগ্ধ জয়া চুতীয়া নামৰ মহিলাগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
  • পাষাণ স্বামী খগেন চুতীয়াক গ্ৰেপ্তাৰ কৰিছে নামতি আৰক্ষীয়ে।
  • পাৰিবাৰিক কন্দলৰ বাবে পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
Comments
Loading...