১৪ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা

0 83
  • ১৪ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা।
  • পৰীক্ষাৰ সময়ছোৱাত অসম বন্ধ নিদিবলৈ আহ্বান।
  • দল-সংগঠনলৈ মাধ্যমিক শিক্ষা পৰিষদৰ আহ্বান।
  • শিক্ষাৰ্থীৰ স্বাৰ্থত বন্ধ নিদিবলৈ প্ৰেছবাৰ্তাযোগে আহ্বান।
  • ৬ মাৰ্চলৈ ৮৫৭টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।
  • ৩,৫২,১৪৩গৰাকী অৱতীৰ্ণ হ’ব এইবাৰৰ পৰীক্ষাত।
  • দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে বিশেষ পদক্ষেপ পৰিষদৰ।
  • বিজ্ঞানৰ প্ৰশ্নকাকত ব্ৰেইলী পদ্ধতিৰে যোগান ধৰা হ’ব।
  • বিশেষভাৱে সক্ষমসকলে পাব অতিৰিক্ত এঘণ্টা সময়।
  • দৃষ্টিহীন, মুকবধিৰ, শাৰীৰিকভাৱে বাধাগ্ৰস্তলৈ সুবিধা।
Comments
Loading...