আজি কংগ্ৰেছত যোগ দিব এম জি ভি কে ভানু

0 80
  • আজি কংগ্ৰেছত যোগ দিব এম জি ভি কে ভানুৱে।
  • প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু।
  • এবছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল আই এ এছ বিষয়াগৰাকীয়ে।
  • তেজপুৰৰ পৰা লোকসভাৰ প্ৰাৰ্থিত্ব বিচৰাৰ সম্ভাৱনা।
  • প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই সদৰি কৰিছে এই কথা।
Comments
Loading...