আকৌ আছু নেতাক প্ৰহাৰ আৰ এছ এছৰ

0 176
  • নলবাৰীৰ বৰাজোলত আছু কৰ্মীক আক্ৰমণ।
  • আক্ৰমণকাৰী ২ যুৱকক আটক আৰক্ষীৰ।
  • ধৃত ৰাতুল দাস আৰু গকুল দাস।
  • ধৃত ৰাতুল দাস আৰ এছ এছৰ সক্ৰিয় সদস্য।
  • ধৃত আনজন গকুল দাস বিজেপি কৰ্মী।
  • নিশা দুয়োকে আটক কৰে ঘগ্ৰাপাৰ আৰক্ষীয়ে।
  • পলাতক আনজন অভিযুক্ত ৰূপেন বৰ্মন।
  • দেওবাৰে সন্ধিয়া আক্ৰমণ কৰিছিল কংকণ কলিতাক।
  • কংকণ কলিতা নলবাৰী আছুৰ ক্ৰীড়া সম্পাদক।
  • বৰাজোল চ’কত আক্ৰমণ কৰিছিল ৩ অভিযুক্তই।
Comments
Loading...