মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকমুহুৰ্তত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

0 117
  • ডিব্ৰুগড়ত আছুৰ উত্তাল প্ৰতিবাদ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগমনৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত আছুৰ।
  • মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ, টায়াৰ জ্বলাই, ক’লা পতাকা আৰু ক’লা বেলুন উৰুৱাই প্ৰতিবাদ শ শ আছুৰ সদস্যৰ।
  • চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত দেউৰী জনগোষ্ঠীৰ জয়দাম অনুষ্ঠানত অংশগ্ৰহণ কৰা কাৰ্যসূচীও বাতিল।
Comments
Loading...