শিক্ষামন্ত্ৰী ভট্টাচাৰ্যক দেখোৱালে ক’লা পতাকা

0 156
  • হাইলাকান্দি ভ্ৰমণত অহা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্ট‍াচাৰ্যক ক’লা পতাকা প্ৰদৰ্শন।
  • হাইলাকান্দিত চৰকাৰী আঁচনিৰ আনুষ্ঠানিক আৰম্ভনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হয় শিক্ষ‍া মন্ত্ৰীগৰাকী।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত জিলা ছাত্ৰ সংস্থাকে ধৰি কেইবাটো সংগঠনৰ সদস্যই মন্ত্ৰীৰ কনভয়ৰ সন্মুখত প্ৰদৰ্শন কৰে ক’লা পতাকা।
Comments
Loading...