তিনিচুকীয়াত আৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু

0 122
  • তিনিচুকীয়াত হিজুগুৰি আৰক্ষী চকীত কৰ্তব্যৰত এজন আৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু।
  • মৃত আৰক্ষী জোৱানজনৰ নাম দ্বিজেন সোণোৱাল।
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
  • এতিয়াও ৰহস্যৰ আৱৰ্তত জোৱানজনৰ মৃত্যুৰ কাৰণ।
Comments
Loading...