ৰে’লত যাত্ৰা কৰাৰ পূৰ্বে সাৱধান

0 112
  • বিবেক এক্সপ্ৰেছ ৰে’লত ধলাৰ যুৱকক লুটপাত।
  • নিচাজাতীয় দ্ৰৱ্য খুৱাই যুৱকজনৰ পৰা লুটি নিলে নগদ ধন।
  • কেৰালাৰ পৰা ঘৰলৈ আহি আছিল ভুক্তভোগী যুৱকজন।
  • হাঁহখাতী বাগানৰ যুৱকজনৰ নাম ৰঞ্জিত ওৰাং।
  • বৰ্তমান ডিব্ৰুগড়ত চিকিত্‍সাধীন ভুক্তভোগী যুৱকজন।
  • ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল যুৱকজনৰ পৰিয়ালৰ।
Comments
Loading...