ভণ্ড তান্ত্ৰিকক ৰাইজৰ ঔকিল

0 126
  • ৰঙিয়াত ২ প্ৰৱঞ্চকক ৰাইজৰ উত্তম-মধ্যম।
  • দিপ্তেশ্বৰী গাঁৱত দুই ভণ্ড তান্ত্ৰিক গোৰকনাথ শ্বেগাৰ আৰু অমৰনাথ শ্বেগাৰক উত্তম-মধ্যম স্থানীয় ৰাইজৰ।
  • ক্ষুব্ধ ৰাইজে কৰায়ত্ত কৰিলে নাগপুৰৰ ২ তান্ত্ৰিকক।
  • প্ৰৱঞ্চনাৰে বৃহৎ পৰিমাণৰ ধন সৰকাই নিছিল দুয়ো।
  • ধৃত ২ ভণ্ড তান্ত্ৰিকক জেৰা অব্যাহত আৰক্ষীৰ।
Comments
Loading...