আছুৰ জোঁৰ সমদল

0 134
  • গোলাঘাটৰ সৰুপথাৰত আছুৰ বৃহৎ জোঁৰ সমদল।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী।
  • সহস্ৰাধিক ৰাইজ আৰু ছাত্ৰকৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত।
  • সৰুপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা সৰুপথাৰৰ নগৰসহ গান্ধীমূৰ্তিৰ সমীপলৈকে হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
Comments
Loading...