চাবুৱাত ৰে’লপথ অৱৰোধ

0 228
  • চাবুৱাত আজি সন্ধিয়া ৰে’ল পথ অৱৰোধ।
  • বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে অৱৰোধ কৰিলে ৰে’লপথ।
  • জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ।
  • কোনো পধ্যে বিধেয়ক মানি নোলোৱাৰ হুংকাৰ।
  • বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰিলে প্ৰতিবাদীকাৰী জনতাই।
Comments
Loading...