দিল্লীত কোনে কৰিলে হৰ্ছ ট্ৰেডিং

0 102
  • দিল্লীত হৰ্ছ ট্ৰেডিঙৰ অভিযোগ কৃষক নেতা অখিল গগৈ আৰু যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ। 
  • অসমৰ এগৰাকী মন্ত্রীয়ে বিৰোধী সাংসদ ক্ৰয় কৰাত লিপ্ত হোৱাৰ অভিযোগ। 
  • বৃহৎ অংকৰ ধনৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ভোটদান কৰাবলৈ তৎপৰ হৈছে মন্ত্ৰীজন। 
  • চৰকাৰৰ বনাবলৈ হৰ্ছ ট্ৰেডিং হোৱা শুনিছিলো।
  • কিন্তু বিধেয়ক গৃহীত কৰিবলৈ ধনৰ প্ৰলোভন প্ৰথমবাৰৰ বাবে শুনিছো বুলি মন্তব্য পলাশ চাংমাইৰ।
Comments
Loading...