আই অ’ চিৰ বিষয়াক গ্ৰেপ্তাৰ

0 68
  • গুৱাহাটীত গ্ৰেপ্তাৰ আই অ’ চিৰ জ্যেষ্ঠ বিষয়া। 
  • চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে আই অ’ চিৰ মহাপ্ৰবন্ধক দিব্যজ্যোতি দত্তক। 
  • ৰুক্মিনীগাঁৱৰ বিলাসী হোটেলত এগৰাকী মহিলাৰ পৰা ২ লাখ টকা লওঁতেই হাতে–লোটে গ্ৰেপ্তাৰ হয় দত্ত। 
  • পেট্ৰ’ল পাম্পৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত মহিলাগৰাকীৰ পৰা লৈছিল ২ লাখ টকা। 
  • গ্ৰেপ্তাৰৰ পিছতে চিবিআই আদালতত হাজিৰ কৰোৱা হয় দিব্যজ্যোতি দত্তক।
Comments
Loading...