স্বাধীন নাগালিমক লৈ এন এন চি আৰু এন এছ চি এন (এম)ৰ সংঘাট

0 114

ডিজিটেল ৰিপ’ৰ্টঃ সাৰ্বভৌম স্বাধীন নাগালিমক লৈ এন এন চি আৰু এন এছ চি এন (এম)ৰ মাজত চলিছে সংঘাত। এন এন চিক কঠোৰ সমালোচনা এন এছ চি এন (এম)-এ। সাৰ্বভৌমত্বৰ দাবী এৰি কোনে শ্বিলং চুক্তি কৰিছিল বুলি এন এন চিৰ নেতৃত্বক কটাক্ষ কৰিছে এন এছ চি এন (এম)ৰ। 

এতিয়া সাৰ্বভৌমত্বৰ কথা কৈ বিভাজনৰ ৰাজনীতি কৰিছে এন এন চি–এ। আমি নগাৰ স্বকীয় অধিকাৰৰ ওপৰত আলোচনা কৰিছো বুলি এন এন চিক স্থিতি স্পষ্ট কৰি দিলে এন এছ চি এন (এম)–এ।

Comments
Loading...