ৰাজ্যসভাত উত্থাপন নহ’ল বিধেয়ক

0 99
  • আজি ৰাজ্যসভাত উত্থাপন নহ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। 
  • বিৰোধী দলৰ সাংসদসকলৰ তীব্ৰ বিৰোধিতাৰ ফলত উত্থাপন কৰিব নোৱাৰিলে বিধেয়কখন। 
  • তীব্ৰ হুলস্থূলৰ বাবে তিনিবাৰকৰৈ স্থগিত ৰাখিবলগীয়া হয় ৰাজ্যসভাৰ কাম–কাজ। 
  • শেষত কাইলৈ দিনৰ ১১ বজালৈ স্থগিত ৰখা হয় ৰাজ্যসভা।
Comments
Loading...