স্বাধীন মিজোৰামৰ দাবীত প্ৰতিবাদ

'আমি তেজেৰে মিজো, আইনভাৱেহে ভাৰতীয়'

0 196
  • মিজোৰামত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
  • স্বাধীন মিজোৰামত দাবীত প্ৰতিবাদ।
  • প্ৰাক্তন মুখ্যমন্ত্ৰী লালথান হাওলাৰ নেতৃত্বত সাব্যস্ত কৰিছে এই প্ৰতিবাদ।
  • বিধেয়ক গৃহীত হলে পৰিস্থিতি ভয়ংকৰ হব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ।
  • বিদ্ৰোহ ঘোষণা কৰাৰো সঁকয়নি মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ।
  • ‘আমি তেজেৰ মিজো, আইনভাৱেহে ভাৰতীয়’-ক’লে মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে।
Comments
Loading...