ডিব্ৰুগড়ত আছুৰ বিজয় উৎসৱ। ভিডিঅ’ চাওক

0 584
  • ৰাজ্যসভাত জাতিধ্বংসী বিধেয়ক উত্থাপন নহল।
  • বিৰোধীৰ প্ৰৱল বিৰোধিতাৰ ফলত স্থগিত ৰাখিল সদন।
  • অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিলে ৰাজ্যসভাৰ অধিৱেশন।
  • ইয়াৰ পিছতে আজি ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
  • সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিলে বিজয় উৎসৱ।
  • ডিব্ৰুগড় শ্বহীদ ভৱনৰ সন্মুখত ঢোল, বিহু গীত গাই বিজয় উৎসৱ পালন কৰে।
  • মানকটা আছুৰ নেতৃত্বই ফটকা ফুটাই পালন কৰিলে আনন্দ উল্লাহ।
Comments
Loading...