সোণাৰিত নৰেন্দ্ৰ মোডী-জুৱেল ওৰামৰ প্ৰতিমুৰ্তি দাহঃ ভিডিঅ’ চাওক

0 205

ডিজিটেল বিশেষ সংবাদ, সোণাৰীঃ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত আছে চৰাইদেউত। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি সোণাৰিত সদৌ টাই আহোম ছাত্র সন্থা চমুকৈ আটাছুৰ প্ৰতিবাদী কাৰ্যসূচী।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত আজি সোণাৰিত জ্বলালে জনজাতি প্ৰৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি।

Comments
Loading...