পুলিচক পিটিলে যুৱকে

0 350
  • মৰাণত আৰক্ষী বিষয়াক আক্ৰমণ সুৰামত্ত যুৱকৰ।
  • বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্নিচ পেগুক আক্ৰমণ কৰিলে প্ৰিয়াংশু গগৈ নামৰ সুৰামত্ত এজন যুৱকে।
  • ঘটনা সংঘটিত কৰিয়ে পলায়ন প্ৰিয়াংশুৰ।
  • আনহাতে প্ৰহৃত আৰক্ষী বিষয়াজনৰ পিষ্টল কাঢ়ি পলায়ন কৰে প্ৰিয়াংশুৰ মাতৃয়ে।
  • পিছত আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰাৰ লগতে আটক কৰে পিষ্টল কাঢ়ি পলায়ন কৰা মহিলাগৰাকীক।
Comments
Loading...