মেট্ৰিকৰ ছাত্ৰীৰ এডমিট আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড হেৰাইছে

0 287

ডিজিটেল সংবাদঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা চাবুৱাৰ এগৰাকী ছাত্ৰীৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড হেৰাইছে।পৰশমনি গোহাঁই নামৰ ছাত্ৰীগৰাকীয়ে পৰীক্ষা দি অহাৰ পিছতে মাজবাটত অসাৱধানবশতঃ হেৰাই ছাত্ৰীগৰাকীৰ দুয়োখন প্ৰমাণ পত্ৰ। 

ছাত্ৰীগৰাকীৰ এডমিট কাৰ্ডৰ নম্বৰটো হৈছে বি-১৯-২৫২ নংঃ ০১১৪ আৰু  ০৯/পি আৰ/০০০৩/২৬৪৬৯/১৭  নম্বৰৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন সদাশয় লোকে পালে ৮৪৮৬৭২৪৪৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Comments
Loading...