শ্ৰমিকৰ মৃত্যুৰ ঘটনাক শুনানি

0 67
  • বিষাক্ত সুৰা সেৱন কৰি মৃ্ত্যু হোৱা ঘটনাক লৈ অনুষ্ঠিত হ’ব শুনানি।
  • ২৮ ফেব্ৰুৱাৰীত গোলাঘাট আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ব এই লোক শুনানি।
  • পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ বিভিন্নজনে সাক্ষ্য আৰু মতামত দিব পাৰিব।
  • উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালে গ্ৰহণ কৰিব সাক্ষ্য।
Comments
Loading...