দক্ষিণ কামৰূপত ভয়ংকৰ অগ্নিকাণ্ড

0 31
  • দক্ষিণ কামৰূপৰ ৩নং টুপামাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
  • বিধ্বংসী জুইত জাহ গ’ল ৩টা পৰিয়ালৰ ৬টাকৈ বাসগৃহ।
  • জাহ গ’ল মূল্যবান সা-সম্পত্তি, আচবাব, গুৰুত্বপূৰ্ণ নথিকে ধৰি ২০ লক্ষাধিক টকাৰ সামগ্ৰী।
  • স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপক কৰে জুই।
Comments
Loading...