চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড

0 55
  • ধেমাজিৰ চিলাপথাৰত বিধ্বংসী অগ্নিকাণ্ড।
  • চিলাপথাৰৰ দৈনিক বজাৰৰ এখন গুডামঘৰত জুইৰ সূত্ৰপাত।
  • ৰাজেশ চাহু আৰু দত্ত এণ্ড চন্সৰ নামত আছিল গুডামঘৰটো।
  • গুডামঘৰৰ লগতে আন কেইবাটাও দোকান ভস্মীভূত অগ্নিকাণ্ডত।
  • চিলাপথাৰৰ লগতে লিকাবালিৰ পৰা যোৱা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ।
Comments
Loading...