বংগ সীমান্ত চোৰাং গৰু জব্দ

0 42
  • ধুবুৰীৰ বংগ সীমান্তত পুনৰ জব্দ তিনিটা গৰু৷
  • পশ্চিম বংগৰ পৰা বাহনেৰে বাংলাদেশ সীমান্তলৈ নিয়া অৱস্থাত আগমণি আৰক্ষীয়ে জব্দ কৰে গৰুকেইটা৷
  • এসপ্তাহ পূৰ্বেও আৰক্ষীয়ে এখন পিক আপ ভানৰ পৰা জব্দ কৰিছিল ৯টা চোৰাং গৰু।
Comments
Loading...