দিল্লীত বিৰোধী দলৰে বিদেশ মন্ত্ৰীৰ বৈঠক

0 98
  • দিল্লীত বিভিন্ন বিৰোধী দলৰ সৈতে বিদেশ মন্ত্ৰীৰ বৈঠক। 
  • বিয়লি ৫ বজাত জৱাহৰ ভৱনত অনুষ্ঠিত হ’‍ব এই বৈঠক। 
  • PoKত ভাৰতৰ আক্ৰমণ সন্দৰ্ভত আলোচনা কৰিব উক্ত বৈঠকখনত।
  •  শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰিব সুষমা স্বৰাজে।
Comments
Loading...