ভাৰত–পাকিস্তানৰ সংঘাতক লৈ চীনে কি ক’লে?

0 251

ডিজিটেল ডেস্কঃ ভাৰত–পাকিস্তানৰ সংঘাতক লৈ চীনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দক্ষিণ এছিয়াৰ শান্তিৰ বাবে ভাৰত–পাকিস্তান দুয়োখন দেশ গুৰুত্বপূৰ্ণ। শান্তি আৰু সুস্থিৰ পৰিৱেশৰ বাবে সুসম্পৰ্ক সহায়ক।

যিয়ে দুয়োখন দেশৰ মৌলিক স্বাৰ্থকো পূৰণ কৰিব। ভাৰত–পাকিস্তান দুয়োখন দেশে সংযম ৰাখিব বুলি আমি আশাবাদী। দুয়োখন দেশে শান্তিপূৰ্ণ পৰিৱেশ আৰু সম্পৰ্ক অধিক সুদৃঢ় কৰাৰো আশা প্ৰকাশ কৰিছে চীনে।

Comments
Loading...