জম্মু–কাশ্মীৰৰ ছ’পিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলিয়াগুলি

0 109
  • জম্মু–কাশ্মীৰৰ ছ’পিয়াত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। 
  • এই সংঘৰ্ষত সেনাৰ ৫জন জোৱান আহত হোৱাৰ খবৰ। 
  • এটা ঘৰত ২–৩জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ সন্দেহ। 
  • অঞ্চলটোত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। 
  • নিয়ন্ত্ৰণ ৰেখাৰ ১৫ স্থানত যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ।
  • শিয়ালকোট ছেক্টৰত পাকিস্তানে ব্যৱহাৰ কৰিছে টেংক।
Comments
Loading...