ৰাজ্য প্ৰশাসনত ব্যাপক ৰদবদল

0 127
  • গোৱালপাৰাৰ ADC নুৰ হুছেইনক লখিমপুৰলৈ বদলি 
  • কাৰ্বি আংলঙৰ ADC জুনুমণি সোণোৱালক শিৱসাগৰলৈ বদলি
  • দৰঙৰ ADC নাৰায়ণ নাথক বিশ্বনাথলৈ বদলি
  • কাচাৰৰ ADC হৰিচৰণ ভক্তক কৰিমগঞ্জলৈ বদলি
  • ধুবুৰীৰ ADC ছোৰমান আলী আহমেদক কাৰ্বি আংলঙলৈ বদলি
  • কামৰূপ(ম)ৰ ADC মুকুল কাথাৰক কাৰ্বি আংলঙলৈ বদলি
  • কৰিমগঞ্জৰ ADC ধ্ৰুৱজ্যোতি দেৱক ডিমা হাছাওলৈ বদলি
  • কৰিমগঞ্জৰ ADC ৰঞ্জিত কুমাৰ লস্কৰক হাইলাকান্দিলৈ বদলি
  • নগাঁৱৰ ADC সুষমা হাজৰিকাক গোলাঘাটলৈ বদলি
  • শিৱসাগৰৰ ADC আলাহজেৰ আলীক তিনিচুকীয়ালৈ বদলি
  • ভেৰগাঁৱৰ ADC দিথকানন্দ হাজৰিকাক বিজনীলৈ বদলি
  • কুলশ্ৰী নাথক বৰপেটাৰ ADC পদলৈ বদলি
  • বঙাইগাঁৱৰ ADC কান্তা দাসক কামৰূপলৈ বদলি
  • ডিব্ৰুগড় ADC শোভন গোৱালাক তিনিচুকীয়ালৈ বদলি
  • গোলাঘাটৰ ADC অৰপাহ বাগলাৰীক বোকাজানলৈ বদলি
  • পূব কামৰূপৰ ADC ক্ষীতিশ চন্দ্ৰ পেগুক কামৰূপলৈ বদলি
  • কাৰ্বি আংলঙৰ ADC নৰছিং বে’৸ক কাচাৰলৈ বদলি
  • নলবাৰীৰ ADC গৌৰীশংকৰ শৰ্মাক কামৰূপলৈ বদলি
  • শিৱসাগৰৰ ADC অশ্বিনী কুমাৰ দলেক নগাঁৱলৈ বদলি
  • তিনিচুকীয়াৰ ADC পাৰ্থপ্ৰতিম বৈৰাগীক ডিব্ৰুগড়লৈ বদলি
  • কৃষি বিভাগৰ উপ–সচিব হেমন্ত ভূঞাক নগাঁৱৰ ADC পদলৈ বদলি
  • ওদালগুৰিৰ ADC ভাস্কৰজ্যোতি মান্তাক শোণিতপুৰলৈ বদলি
  • শ্ৰমিক কল্যাণৰ উপ–সচিব ৰঞ্জিত স্বৰ্গীয়াৰীক গোলাঘাটৰ ADC পদলৈ
  • হাইলাকান্দিৰ ADC জেছিকা ৰেমজৰময় লালছেইমক কাচাৰলৈ বদলি
  • বৰপেটাৰ ADC পুলক পাটগিৰিক কামৰূপলৈ বদলি
  • কাচাৰৰ ADC আনিছ ৰছুল মজুমদাৰক হাইলাকান্দিলৈ বদলি
  • ধেমাজিৰ ADC উৎপল বৰাক মাজুলীলৈ বদলি
  • ধুবুৰীৰ ADC ইনামুল হুছেইনক দক্ষিণ শালমাৰালৈ বদলি
  • ডিমা হাছাওৰ ADC দীপক জিদুঙক কাচাৰলৈ বদলি
  • গোলাঘাটৰ ADC উৎপল দলেক মাজুলীলৈ বদলি
  • হোজাইৰ ADC প্ৰশান্ত বৰুৱাক নগাঁৱলৈ বদলি
  • যোৰহাটৰ ADC জয়ন্ত কুমাৰ গোস্বামীকো বদলি
  • বোকাজানৰ ADC দিলীপ তেৰাঙক শিৱসাগৰলৈ বদলি
  • লখিমপুৰৰ ADC বিপুল কুমাৰ দাসক কোকৰাঝাৰলৈ বদলি
  • নগাঁৱৰ ADC জয়ন্ত কুমাৰ বৰাক হোজাইলৈ বদলি
  • শোণিতপুৰৰ ADC নৱজ্যোতি ওঝাক লখিমপুৰলৈ বদলি
  • পশ্চিম কাৰ্বি আংলঙৰ ADC পাৰ্থ সাৰথি জহৰীক গোলাঘাটলৈ বদলি
  • গুৱাহাটী উন্নয়নৰ উপ–সচিব লাচিত কুমাৰ দাসক কামৰূপ(ম)ৰ ADC পদলৈ বদলি
  • সমাজ কল্যাণৰ উপ–সচিব গৌতম মজুমদাৰক গোৱালপাৰাৰ ADCৰ দায়িত্ব
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ উপ–সচিব বিপুল কুমাৰ দাসক বদলি
  • কামৰূপ মহানগৰৰ ADC পদলি বদলি দাসক
  • গোৱালপাৰাৰ ADC সত্যজ্যোতি বৰুৱাক কামৰূপ(ম)লৈ বদলি
  • দৰঙৰ ADC পংকজ চক্ৰৱৰ্তীক নিৰ্বাচন বিভাগৰ উপ–সচিবৰ দায়িত্ব
  • কাচাৰৰ ADC ৰণদীপ কুমাৰ দামক হাইলাকান্দিলৈ বদলি
  • বিজনীৰ ADC গয়া প্ৰসাদ আগৰৱালাক গোসাঁইগাঁৱলৈ বদলি
  • কৰিমগঞ্জৰ ADC অনুপ কুমাৰ ব্ৰহ্মক ধুবুৰীলৈ বদলি
  • শোণিতপুৰৰ ADC কুলেন শৰ্মাক দৰঙলৈ বদলি
  • নগাঁৱৰ ADC দেৱজানী চৌধুৰীক বৰপেটালৈ বদলি
  • চিৰাঙৰ ADC কৰ্মদেৱ ব্ৰহ্মক ধুবুৰীলৈ বদলি
  • ডিব্ৰুগড়ৰ ADC দীপু কুমাৰ ডেকাক ধেমাজিলৈ বদলি
  • গোলাঘাটৰ ADC শ্যামল ক্ষেত্ৰ গগৈক তিনিচুকীয়ালৈ বদলি
  • কামৰূপৰ  ADC গুণজিৎ ৰয় চৌধুৰীক নলবাৰীলৈ বদলি
  • কামৰূপৰ ADC ৰণবীৰ বৰাক ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্ব
  • কামৰূপ(ম)ৰ ADC ৰঞ্জিত কোঁৱৰক ডিব্ৰুগড়লৈ বদলি
  • গোসাঁইগাঁৱৰ ADC গকুল চন্দ্ৰ ব্ৰহ্মক ভেৰগাঁৱলৈ বদলি
  • দক্ষিণ শালমাৰাৰ ADC ৰাজেশন তেৰাঙক হোজাইলৈ বদলি
  • লখিমপুৰৰ ADC আশ্ৰাফুল আমিনক গোৱালপাৰালৈ বদলি
Comments
Loading...