মিত্ৰতাৰ সন্দৰ্ভত আজি অগপৰ পুনৰ বৈঠক

0 54
  • বিজেপিৰে মিত্ৰতাৰ প্ৰসংগক লৈ আজি পুনৰ বৈঠকত বহিব অগপ।
  • কালি হোৱা বৈঠকত নহল কোনো সিদ্ধান্ত।
  • নীতি নিৰ্ধাৰণ কমিটিয়ে গ্ৰহণ নকৰিলে চূড়ান্ত সিদ্ধান্ত।
  • কোন সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই বিষয়টো আলোচনা হব আজিৰ বৈঠকত।
  • একাংশ নেতাৰ মত বিৰোধৰ বাবে আলোচনা নহল আজিৰ বৈঠকত।
  • আজি পুনৰ মিত্ৰতাক লৈ হব আলোচনা।
Comments
Loading...