চুলাই খাই আকৌ মৃত্যু

0 218
  • বিষাক্ত চুলাই সেৱন কৰি পুনৰ এজন লোকৰ মৃত্যু।
  • নুমলীগড়ৰ কাষৰীয়া থুৰামুখৰ চৰিয়াখাটত সংঘটিত এই ঘটনা।
  • মৃত যুৱকজনৰ নাম পাপু ভূমিজ।
  • দুদিনত গোলাঘাটত ৪ জন লোকৰ প্ৰাণহানি।
  • পুনৰ গোলাঘাটত বিৰাজ কৰিছে চেপা উত্তেজনা।
Comments
Loading...