ককাৰ কামনাৰ বলি নাতি

0 271
  • উৰিষ্যাত সংঘটিত হৈছে এক জঘন্য ঘটনা।
  • ৭ বছৰীয়া কিশোৰীক ধৰ্ষণ ৭০ বছৰীয়া বৃদ্ধৰ।
  • কালি গজপতি জিলাৰ নিউ কেম্প ষ্ট্ৰিট ২ত সংঘটিত হৈছে এই ঘটনা।
  • অভিযুক্ত বাৰিক প্ৰধান নামৰ লোকজন কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰ বাসিন্দা।
  • বিগত ২-৩ দিন ধৰি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল লম্পট বৃদ্ধ লোকজন। 
  • চকলেটৰ প্ৰলোভন দি কিশোৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ।
Comments
Loading...