কিমান হ্ৰাস পালে পেট্ৰল-ডিজেলৰ মূল্য

0 217
  • আজি হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।
  • আজি পেট্ৰ’লত ৫ পইচা আৰু ডিজেলত ৮ পইচাকৈ হ্ৰাস পালে।
  • গুৱাহাটী মহানগৰীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭১.৯৭ টকা আৰু ডিজেলত ৬৭.৯১ টকা।
  • সোমবাৰে পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছিল ডিজেলৰ মূল্য।
  • সোমবাৰৰ দিনটোত পেট্ৰ’লৰ মূল্য আছিল ৭২.০২ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৭.৯৯ টকা।
Comments
Loading...