অগপৰে বিজেপিৰ মিত্ৰতা অসম্ভৱ

0 129

ডিজিটেল সংবাদঃ অগপৰ সৈতে বিজেপিৰ মিত্ৰতা এতিয়া অসম্ভৱ। তৃণমূল কৰ্মীয়ে মিত্ৰতা বিচৰা নাই। এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ-মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপ আৰু বিজেপিৰ মাজত ব্যৱধান বৃদ্ধি পাইছে বুলি উল্লেখ কৰি কয় মিত্ৰতা হ’লেও অগপই সহায় কৰিব বুলি মনে নধৰে।

আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো এইপৰ্যন্ত বিচৰা মিত্ৰতা বিচৰা নাই বুলি প্ৰকাশ কৰি যদি ৰাষ্ট্ৰীয় নেতৃত্বৰে অগপই কথা পাতিছে সেয়া আমাৰ অৱগত নহয় বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

Comments
Loading...