অগপৰ তিনি পদত্যাগী মন্ত্ৰীয়ে উঠাই লব পদত্যাগ পত্ৰ

0 109
  • মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা অগপৰ পদত্যাগী ৩ মন্ত্ৰী।
  • আজি পুনৰ নিজৰ দায়িত্ব চমজি ল’ব অগপৰ ৩ মন্ত্ৰীয়ে।
  • মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব ৩ মন্ত্ৰীয়ে।
  • বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে ৰাওনা মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ।
  • লগতে নিগম-নিকায়ৰ ৬ অধ্যক্ষৰ দায়িত্বও চমজি ল’ব অগপ নেতাই।
  • ৩ মন্ত্ৰীৰ লগত বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু সত্যব্ৰত কলিতাকে ধৰি কেইবাজনো বিধায়ক।
Comments
Loading...