নিৰ্বাচনৰ পূৰ্বে বিজেপিত অন্তৰ্কন্দল

0 146
  • লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চলিছে প্ৰাৰ্থীত্বকেন্দ্ৰীক অন্তৰ্কন্দল।
  • আৰম্ভ হ’ল দল সলনিৰ প্ৰতিযোগিতা।
  • প্ৰাৰ্থীত্ব ঘোষণাৰ পূৰ্বে বিজেপিত খহনীয়া।
  • উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিচি খণ্ডুৰীৰ পুত্ৰ মনিশ খণ্ডুৰীৰ দল ত্যাগ।
  • ৰাহুল গান্ধীৰ উপস্থিতিত শনিবাৰে কংগ্ৰেছত যোগ দিয়ে মনিশে।
  • ইপিনে প্ৰয়াগৰাজৰ সাংসদ ৰামচৰণ গুপ্তাইও ত্যাগ কৰিলে দল।
  • দল ত্যাগ কৰিয়েই গুপ্তাই যোগ দিলে অখিলেশ যাদৱৰ পাৰ্টীত।
Comments
Loading...