লংকাত ৰেল অৱৰোধ

0 100
  • লংকাত NFRPWO উদ্যোগত ১২ ঘণ্টীয়া ৰে’ল অৱৰোধ।
  • লংকাৰ ষ্টেচনত বিশেষ ৰে’ল ৰখোৱাৰ দাবীত পুৱাৰে পৰা সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • ৰে’ল অৱৰোধ কাৰ্যসূচীত শতাধিক লোকৰ অংশগ্ৰহণ।
  • প্ৰতিবাদৰ ফলত হোজাইত অবধ আছাম এক্সপ্ৰেছ আৰু লামডিঙত আবদ্ধ হৈ আছে ৩খন যাত্ৰীবাহী ৰে’ল।
Comments
Loading...