কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

0 665
  • আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ-পূবত দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে।
  • অৰুণাচলৰ দুটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • পশ্চিম অৰুণাচলত নাবাম টুকীক আৰু পূব অৰুণাচলত জেম্ছ লৱাংচা ৱাংলেটক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব।
  • লগতে ছত্তীশগড়ত ৫টা সমষ্টি, কেৰালাত ১২টা সমষ্টি, আন্দামান-নিকোবৰ উপদ্বীপত এটা সমষ্টি আৰু উত্তৰ প্ৰদেশত ৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে।
Comments
Loading...