বিজেপিক সমৰ্থন কৰাৰ বাবেই বহিস্কাৰ কংগ্ৰেছৰ তিনি নেতাক

0 127
  • বিজেপিক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা বহিষ্কৃত হ’ল নলবাৰী পৌৰ সভাৰ তিনি ৱাৰ্ড মেম্বাৰ।
  • কংগ্ৰেছৰ পৰা ছয় বছৰলৈ বহিষ্কাৰ কৰা হ’ল পৱন হালৈ, মফাজুল আলী আৰু মীৰ মেহবুব আলীক।
  • আজি কংগ্ৰেছৰ সমৰ্থনত পুনৰ সভানেত্ৰী হৈছিল বিজেপিৰ বিপাশা দাস।
Comments
Loading...