ৰাজ্যৰ তিনি ঠাইত ভয়ংকৰ অগ্নিকাণ্ড

0 41
  • ৰাজ্যৰ তিনি ঠাইত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
  • তেজপুৰ, হাইলাকান্দি আৰু ডিব্ৰুগড়ত সংঘটিত হৈছে অগ্নিকাণ্ড।
  • তেজপুৰৰ তল-কলিবাৰীৰ পৰিত্যক্ত ভূমিত ভয়ংকৰ অগ্নিকাণ্ড৷
  • ডি আই জি বাংলোৰ সমীপত সূত্ৰপাত ঘটা জুই নিৰ্বাপিত কৰে স্থানীয় লোকে৷
  • কোনো ক্ষয়-ক্ষতি হোৱা নাই এই অগ্নিকাণ্ডৰ ফলত৷
  • কিদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই৷
  • সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত নোহোৱাৰ অভিযোগ৷
  • হাইলাকান্দিৰ কুছিলা বজাৰত অগ্নিকাণ্ড।
  • জুইত ভস্মীভূত হয় এখন ট্ৰাকসহ দুখন দোকান।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
  • লক্ষাধিক টকাৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।
  • একেদৰে আজি পুৱা ডিব্ৰুগড়তো অগ্নিকাণ্ড সংঘটিত হৈছে।
  • চহৰখনৰ ঝালুকপাৰাৰ এখন ফটো ষ্টুডিঅত সংঘটিত হৈছে অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত লক্ষ্যধিক টকাৰ সা-সাম্পত্তি ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা।
Comments
Loading...