পেঙেৰীত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

0 99
  • পেঙেৰীত বহু পৰিমাণৰ গুলীসহ মেগজিন উদ্ধাৰ।
  • ৫৬ জাই সজীৱ গুলীৰ সৈতে উদ্ধাৰ তিনিটা মেগজিন।
  • সেনা–আৰক্ষীৰ অভিযানত পেঙেৰী থানাৰ অন্তৰ্গত নলনীৰ এখন পথাৰত উদ্ধাৰ হয় সমগ্ৰীখিনি।
  • এই ঘটনাক লৈ আতংকিত অঞ্চলবাসী।
  • গাঁওখনত সেনা–আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।
Comments
Loading...